বিয়া ফটোগ্ৰাফি (Wedding Photography) কেনেদৰে আৰম্ভ কৰিব, কিদৰে বিজ্ঞাপন দিব, কি কি পেকেজ দিব পাৰি আৰু ক্লায়েণ্টক কেনেদৰে ভাল লগাব পাৰি—এই সম্পূৰ্ণ পঢ়ক।

Table of Contents
১. Wedding Photography কেনে ব্যৱসায়?
বিয়া ফটোগ্ৰাফি হৈছে এজন ফটোগ্ৰাফাৰৰ বাবে আটাইতকৈ লাভজনক আৰু সৃষ্টিশীল ব্যৱসায়সমূহৰ ভিতৰত এটা। আজিকালি সকলো বিবাহত এটা প্ৰফেছনেল ফটোগ্ৰাফাৰ লাগেই। ইয়াৰ চাহিদা দিনে দিনে বৃদ্ধি পাইছে।
২. বিয়া ফটোগ্ৰাফি ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব?
- Camera আৰু Equipments: এটা ভাল DSLR কেমেৰা (Canon, Nikon, Sony), lens, tripod, reflector, drone আৰু lighting set-up।
- Portfolio: ১০-১৫খন বিয়াৰ ফটোৰ সংগ্ৰহৰ সৈতে এটা পৰ্টফলিঅ’ প্ৰস্তুত কৰক।
- Social Media Presence: Facebook, Instagram, YouTube channel খুলি নিজৰ কামৰ ভিডিঅ’ আৰু ফটো আপলোড কৰক।
- Website বা Blog: নিজৰ wedding photography website খুলক য’ত আপোনাৰ পেকেজ, কামৰ style আৰু testimonials থাকিব।
- Register Your Business: স্থানীয় ৰূপত ব্যৱসায়িক লাইচেঞ্চ লওক।
৩. বিয়া ফটোগ্ৰাফি কেনেদৰে বিজ্ঞাপন দিব (How to Advertise Wedding Photography)?
- Facebook Ads: টাৰ্গেট কৰক newly engaged couples, ২০-৩৫ বছৰ বয়সৰ লোক।
- Instagram Reels: Trending audio ব্যৱহাৰ কৰি client wedding momentsৰ video upload কৰক।
- Google My Business: Local SEO-ত rank কৰিবলৈ GMB ত আপোনাৰ ব্যৱসায় Add কৰক।
- Wedding Portals: WedMeGood, ShaadiSaga, বা স্থানীয় wedding vendors listing siteত register কৰক।
- Referral Program: Happy clientsৰ জৰিয়তে নতুন ক্লায়েণ্ট পাবলৈ incentive-based referral চলাওক।
৪. Wedding Photography Packages কেনেকৈ বনাব?
Package Name | Details | Price (₹) |
Silver | 1 Day shoot, 100 Edited Photos, Pen Drive | ₹15,000 |
Gold | 2 Days shoot, Pre-Wedding shoot, Album (20 pages) | ₹30,000 |
Platinum | 3 Days shoot, Drone shoot, Cinematic video, Album | ₹50,000+ |
( আপোনাৰ অঞ্চলৰ চাহিদা অনুসৰি দাম বেলেগ বেলেগ হ’ব )
৫. Wedding Photography Styles
- Traditional Photography
- Candid Wedding Photography
- Drone & Aerial Photography
- Cinematic Wedding Films
- Black & White Emotional Portraits
- Vintage Style Photography
৬. Wedding Photography Poses
- Bride & Groom First Look
- Mangalsutra Moment
- Phoolon Ki Chadar Entry
- Family Hug Shot
- Ring Exchange Close-up
- Candid Laughter Pose
- Bidaai Emotional Shot
- দম্পতীৰ হাতত হাত থকা মুহূৰ্ত।
- মণ্ডপত একেলগে খোজ কাঢ়ি অহা দৃশ্য।
- ৰিং বিনিময়ৰ সময়ৰ ক্লোজ-আপ।
- পৰিয়ালৰ সৈতে গ্ৰুপ ফটো।
- প্ৰাকৃতিক পৰিৱেশত কেণ্ডিড ছুট।
পজবোৰ client ৰ interest আৰু emotion অনুসৰি customize কৰক।
৭. Wedding Photography Workৰে গ্ৰাহকক ভাল লগোৱাৰ ১০টা উপায়
- কম সময়ত ডেলিভাৰী কৰক
- Communication ভাল ৰখা
- Pre-Wedding Meeting কৰা
- Client ৰ idea শুনি customize কৰা
- Free Teaser Video প্ৰদান
- Soft Copy extra storage ত upload কৰা (Google Drive)
- Free Instagram Reel Video দিয়া
- Friendly attitude ৰখা
- Backup photos & files ৰখা
- Feedback লৈ Client ৰ অভিজ্ঞতা শ্বেয়াৰ কৰা
উপসংহাৰ
Assam তথা সম্পূৰ্ণ ভাৰততে wedding photography এটা ডাঙৰ সুযোগৰ ব্যৱসায়। আপোনাৰ skill, creativity, আৰু ক্লায়েণ্টৰ সন্তুষ্টিয়ে আপোনাৰ সফলতা নিশ্চিত কৰিব। আশাকৰোঁ এই ব্লগে আপোনালোকক যিকোনো বিয়াৰ ফটোগ্ৰাফী ব্যৱসায় আৰম্ভ কৰাত সহায় কৰিব।