Aamir Khan Talkies – আমিৰ খানে আৰম্ভ কৰিছে YouTube চেনেল

Aamir Khan Talkies-বলিউডৰ “Mr. Perfectionist” বুলি খ্যাত আমিৰ খান এতিয়া YouTube-ত। ৬০ বছৰীয়া অভিনেতাগৰাকী, যিয়ে ১৯৮৮ চনত ‘কয়ামত সে কয়ামত তক’ চিনেমাৰ জৰিয়তে মুখ্য চৰিত্ৰত অভিষেক কৰিছিল, এতিয়া তেওঁৰ নিজা YouTube চেনেল ‘Aamir Khan Talkies’ লৈ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

Aamir Khan Talkies - আমিৰ খানে আৰম্ভ কৰিছে YouTube চেনেল
Aamir Khan Talkies – আমিৰ খানে আৰম্ভ কৰিছে YouTube চেনেল
  1. Lagaan-ৰ নজনা তথ্য
  2. Jaane Tu… Ya Jaane Na চলচিত্ৰৰ বিমানবন্দৰৰ দৃশ্য
  3. Taare Zameen Par ৰ শিশু অভিনেতাসকলক শিকোৱা পদ্ধতি