Maan Restaurant Numaligarh: বিভিন্ন সোৱাদযুক্ত খাদ্য প্ৰস্তুত কৰা এখন ৰেষ্টোৰেন্ত। য’ত খাদ্য ৰন্ধন বিশেষগ্যৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰা হয়। বিশেষগ্য সকল বিভিন ৰাজ্যৰ পৰা পাক কাৰ্যত বিচক্ষণ প্ৰাপ্ত। Maan Restaurant ত অসমীয়া থালি মানে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ থলুৱা সাজ কঁচু, ঢেকীয়া, মানিমুনি, খুটাৰ লগতে বিভিন্ন পিটিকা, হাঁহ মাংস, কুকুৰা, ব্ৰইলাৰ, গাহৰি মাংসও উপলব্ধ। এই সকলো বোৰাৰা লগতে তেওঁলোকে chinese dish ৰ সুবিধাও কৰিছে। ম’ম’, চাৱমিন, ফ্ৰাইড ৰাইছ, চিকেন ৰাইচ ইত্যাদিও আগবঢ়াইছে।

Maan Restaurant ৰ অৱস্থান
আপুনি যদি কেতিয়াবা Numaligarh হৈ Telgoram লৈ যায়। যাওঁতে হঠাৎ ভোক লাগে তেন্তে তেলগৰমৰ ডেইলী বজাৰৰ তিনিআলিত থকা Maan Restaurant ত এবাৰ সোমাই খাদ্যৰ সোৱাদ লৈ যাব। দ্বিতীয় বাৰ আকৌ অহাৰ হেঁপাহ মনতে ভাৱ হ’ব যিহেতু খাদ্যৰ তালিকাত থকা প্ৰতিটো খাদ্যৰ সোৱাদ সুকীয়া। এওঁলোকে খাদ্যৰ হুম দেলিভাৰিও কৰে। চৰ্ত সাপেক্ষে কিছুমান অৰ্ডাৰ ফ্ৰী দেলিভাৰীও হয়।
এওঁলোক চছিয়েল মেডিয়াটো যথেষ্ট সক্ৰিয়। Facebook and Instagram ত post আৰু reels ৰ যোগেদি তেওঁলোকৰ ৰেষ্টোৰেন্তৰ খাদ্য আৰু নতুন সংযোজন সদায় আপডেট কৰি থাকে l
Maan Restaurant ৰ স্বত্বাধিকাৰী Latu দাৰ মতে এই সকলোবোৰ খাদ্যৰ মূল্য নুমলিগৰ অঞ্চলৰ আন Restaurant কৈ যথেষ্ট কম লগতে উন্নত আৰু স্বাস্থকৰ। গতিকে তেওঁ Numaligarh অথবা NRL, Telgoram লৈ ব্যক্তি সকলক তেওঁৰ Restaurant আহিবলৈ নিমন্ত্ৰণ জনাইছে যাতে তেওঁ সুস্ৰসা তথা সেৱা প্ৰদান কৰিব পাৰে।