অংশুল কাম্বোজ DRS IPL 2025: ধোনিক বাধ্য কৰিলে ৰিভিউ ল’বলৈ, পুৰানক আউট কৰি দলক আগবঢ়ালে

অংশুল কাম্বোজ DRS IPL 2025 ধোনিক বাধ্য কৰিলে ৰিভিউ ল’বলৈ, পুৰানক আউট কৰি দলক আগবঢ়ালে

PBKS Vs CSK: IPL 2025-ৰ পূৰ্বৰ ৰেকৰ্ড 

PBKS Vs CSK: IPL 2025
PBKS Vs CSK: IPL 2025
  • মুঠ মেচ: ৩০
  • PBKS জয়: ১৩
  • CSK জয়: ১৬
  • টাই: ১
  • শেষবাৰৰ ফলাফল (২০২৪): CSK-য়ে ধৰ্মশালা(Dharamsala)ত ২৮ ৰানত জয় লাভ কৰিছিল।
  • শেষ ৫খন মেচ: PBKS – ৪ জয়, CSK – ১ জয়
  • মুল্লানপুৰত পঞ্জাব কিংছৰ IPL ৰেকৰ্ড
  • খেলা মেচ: ৬
  • জয়: ১
  • হাৰ: ৫
  • শেষ ফলাফল: ৰাজস্থান ৰয়েলচৰ বিপক্ষে ৫০ ৰানে পৰাজয় (২০২৫)
  • সৰ্বাধিক স্ক’ৰ: ১৮৩/১০ (১৯.১ ওভাৰ) বনাম মুম্বাই ইণ্ডিয়ান্স (২০২৪)
  • সৰ্বনিম্ন স্ক’ৰ: ১৪২/১০ (২০ ওভাৰ) বনাম গুজৰাট টাইটানচ (২০২৪)
  • সুৰেশ ৰায়না (CSK)- 21 মেচ, 713 ৰান, সৰ্বোচ্চ ৰান- 100
  • এম. এছ. ধোনী (CSK)- 29 মেচ, 599 ৰান, সৰ্বোচ্চ ৰান- 79
  • ফাফ ডু প্লেছিছ (CSK)- 13 মেচ, 547 ৰান, সৰ্বোচ্চ ৰান- 96
  • PBKS vs CSK – IPL মেচত সৰ্বাধিক উইকেট লোৱা বলাৰ
  • ডোয়েন ব্ৰাভো (CSK)- 15 মেচ, 18 উইকেট
  • আৰ. অশ্বিন (CSK & PBKS)- 17 মেচ, 17 উইকেট
  • ৰৱীন্দ্ৰ জাদেজা (CSK)- 22 মেচ, 15 উইকেট