ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল)ৰ এটা উত্তেজনাপূৰ্ণ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)ৰ অধিনায়ক বিৰাট কোহলীয়ে মাত্ৰ ৩ বল খেলি ১ ৰাণ কৰি অৰ্শদীপ সিঙৰ হাতত আউট হয়। পঞ্জাব কিংছৰ বিৰুদ্ধে কেৱল ৩ অভাৰৰ ভিতৰতে RCB দলটোৱে ২১ ৰানত ২টা মূল্যৱান ৱিকেট হেৰুৱাই মহা সমস্যাত পৰিছে।

Table of Contents
বিৰাট কোহলীৰ পতনৰ মুহূৰ্ত:
প্ৰথম দুটা অভাৰত ১৯/১ থকাৰ পিছত তৃতীয় ওভাৰত অৰ্শদীপে কোহলীক লক্ষ্য কৰে। দ্বিতীয় বলত ছৰ্ট বল দিয়াত কোহলীয়ে পুল কৰি এবাৰ ৰাণ লয়। কিন্তু পৰৱৰ্তী বলত কোহলীয়ে মিডৱিকেটৰ ওপৰেদি মাৰিবলৈ আগবাঢ়ি অহাত বলটোৱে বাউন্স লয় আৰু লিডিং এজ্জত মাৰ্ক’ জেনচেনে মিড অনৰ পৰা উলটি আহি কেচ আউট কৰে।
RCV vs PBKS স্ক’ৰকাৰ্ড:
বিৰাট কোহলী c জেনচেন b অৰ্শদীপ ১ (৩ বল)
পৰিস্থিতি বিশ্লেষণ:
অপেক্ষা আৰু অপেক্ষা, কোনে জানে, RCBৰ কি হ’ব? এই মেচত জয়ী হ’বলৈ RCBৰ অনুৰাগীয়ে ভগৱানৰ সন্মুখত প্ৰাৰ্থনা কৰিছে।