গোলাঘাটত অবৈধ কাঠ ব্যৱসায়(Illegal timber trade in Golaghat)ৰ: বন বিভাগৰ অভিযান, ব্যৱসায়ী গ্ৰেপ্তাৰ

গোলাঘাটত অবৈধ কাঠ ব্যৱসায়(Illegal timber trade in Golaghat): আঞ্চলিক বনবিভাগে শুক্ৰবাৰে এখন বিশেষ অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ কৰে। দক্ষিণহেঙেৰাত বাবুল আলি নামৰ ব্যক্তিগৰাকীয়ে অবৈধভাৱে এখন কাঠৰ দোকান স্থাপন কৰি বহুদিন ধৰি অবৈধ কাঠ ব্যৱসায় চলাই আছিল।

গোলাঘাটত অবৈধ কাঠ ব্যৱসায়(Illegal timber trade in Golaghat)ৰ বিৰুদ্ধে বন বিভাগৰ অভিযান, ব্যৱসায়ী গ্ৰেপ্তাৰ
গোলাঘাটত অবৈধ কাঠ ব্যৱসায়(Illegal timber trade in Golaghat)ৰ বিৰুদ্ধে বন বিভাগৰ অভিযান, ব্যৱসায়ী গ্ৰেপ্তাৰ

গোলাঘাটত অবৈধ কাঠ ব্যৱসায়(Illegal timber trade in Golaghat): অভিযান