GT vs DC IPL 2025: আহমেদাবাদত গুজৰাট টাইটানছ আৰু দিল্লী কেপিটেলছৰ মাজত ৩৫তম মেচ

GT vs DC IPL 2025
GT vs DC IPL 2025
  • স্থান: নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, আহমেদাবাদ
  • সময়: ৩:৩০ বজাত (IST), টচ ৩:০০ বজাত
  • লাইভ সম্প্রচাৰ: ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্ক (TV) আৰু JioHotstar (এপ/ৱেবছাইট,  চাবস্ক্ৰিপচনৰ প্ৰয়োজন)
  • মূল খেলুৱৈসকল — চাই সুধৰ্চন, জছ বাটলাৰ, শাৰ্ফেইন ৰাদাৰফ’ৰ্ড, ৰশিদ খান, আৰু মহম্মদ ছিৰাজ।
  • GT ৰ বেটিং লাইনআপ যথেষ্ট শক্তিশালী — বাটলাৰ আৰু সুধৰ্চনৰ বিস্ফোৰক ফৰ্মৰ লগত। বলিংত ৰশিদ খানে স্পিন আৰু ছিৰাজৰ গতিৰে খেলিবলৈ সাজু।
  • মূল খেলুৱৈসকল — কে.এল. ৰাহুল, জেক ফ্ৰেছাৰ-মেগাৰ্ক, ত্ৰিষ্টান ষ্টাবছ, আৰু মিচেল ষ্টাৰ্ক।
  • DC দলটোৱে  ছুপাৰ আৱাৰত ৰাজস্থান ৰয়েলছক পৰাস্ত কৰিছিল ।
  • GT: ৬টা মেচৰ পৰা ৪টা জয় — পইণ্ট টেবুলত দ্বিতীয় স্থানত। দলটোক শুভমন গিলে নেতৃত্ব কৰিছে।
  • DC: ৬টা মেচৰ পৰা ৫টা জয় — পইণ্ট টেবুলত শীৰ্ষস্থানত। ষ্টাৰ্ক আৰু ফ্ৰেছাৰ-মেগাৰ্কৰ পাৰফৰ্মেঞ্চে বলিং আৰু বেটিং দুয়োত উত্তম ফৰ্ম দেখুওৱাছে।

DC vs RR IPL 2025: দিল্লী কেপিটেলচ আৰু ৰাজস্থান ৰয়েলচৰ মুখামুখি অৰুণ জেটলী ষ্টেডিয়ামত

DC vs RR IPL 2025: ডিচি আৰু ৰাজস্থান ৰয়েলচৰ মুখামুখি অৰুণ জেটলী ষ্টেডিয়ামত
দিল্লী কেপিটেলছ আৰু ৰাজস্থান ৰয়েলছ IPL 2025: ডিচি আৰু ৰাজস্থান ৰয়েলচৰ মুখামুখি অৰুণ জেটলী ষ্টেডিয়ামত

DC vs RR IPL 2025: দলৰ অৱস্থান

পিচ ৰিপোৰ্ট: অৰুণ জেটলি ষ্টেডিয়াম, দিল্লী

ইয়াত সম্পূৰ্ণ মেচ চাওক: ক্লিক কৰক

আপুনি এইটো পঢ়িছেনে: PBKS vs KKR IPL 2025