অসমত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (PMMVY) ২০২৫ অনলাইন আবেদন আৰম্ভ

অসমত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (PMMVY) ২০২৫ অনলাইন আবেদন আৰম্ভ
অসমত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (PMMVY) ২০২৫ অনলাইন আবেদন আৰম্ভ

PMMVY ২০২৫ আঁচনিৰ উদ্দেশ্য

মাতৃ বন্দনা আঁচনিৰ সুবিধাসমূহ

মাতৃ বন্দনা যোজনা ২০২৫ আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ যোগ্যতা

মাতৃ বন্দনা আঁচনিৰ বাবে প্ৰয়োজনীয় নথিপত্র

PMMVY ২০২৫ অনলাইন আবেদন প্ৰক্ৰিয়া

মাতৃ বন্দনা যোজনা ২০২৫ আবেদনৰ স্থিতি কেনেকৈ পৰীক্ষা কৰিব?

Assam Jibon Prerna Scheme 2025: মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি ২০২৫ৰ অনলাইন আবেদন কৰক

Assam Jibon Prerna Scheme 2025: মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি ২০২৫ৰ অনলাইন আবেদন কৰক
Assam Jibon Prerna Scheme 2025ৰ অনলাইন আবেদন কৰক

মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ মূল উদ্দেশ্য:

  • নিবনুৱা যুৱক-যুৱতীক চাকৰি বিচাৰি থকা সময়চোৱাত আৰ্থিক সহায় প্ৰদান কৰা।
  • ২০২৫ চনত স্নাতক উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক মাহিলী ₹২৫০০ সহায় আগবঢ়োৱা।
  • গৱেষণা ছাত্ৰ-ছাত্ৰীসকলক এককালীন ₹২৫,০০০ সহায় আগবঢ়োৱা।
  • দিৱ্যাংগ গৱেষণা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এককালীন ₹৫০,০০০ সহায় প্ৰদান কৰা।
  • মাহিলী সহায়ৰ সলনি এককালীন ₹২৫,০০০ গ্ৰহণ কৰিবলৈও সুবিধা উপলব্ধ।

জীৱন প্ৰেৰণা আঁচনিৰ বাবে ২০২৫ যোগ্যতা:

  • আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
  • দিৱ্যাংগ গৱেষণা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ শাৰীৰিক অক্ষমতাৰ প্ৰমাণ পত্ৰ লাগিব।
  • ২০২৫ চনত স্নাতক উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলহে এই আঁচনিৰ অধীনত সহায় পাব।
  • গৱেষণা ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ পৰিচয় পত্ৰ দাখিল কৰিব লাগিব।
  • মাহিলী সহায়ৰ সলনি এককালীন সহায় গ্ৰহণ কৰিবলৈ জিলাধিকাৰীৰ অনুমোদিত পত্ৰ লাগিব।

জীৱন প্ৰেৰণা আঁচনিৰ বাবে প্ৰয়োজনীয় নথিপত্র:

  1. আধাৰ কাৰ্ড
  2. মোবাইল নম্বৰ
  3. স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ
  4. বেংক পাছবুক
  5. স্নাতক ডিগ্ৰী প্ৰমাণ পত্ৰ
  6. দিৱ্যাংগ প্ৰমাণ পত্ৰ (যদি প্ৰযোজ্য)
  7. গৱেষণা ছাত্ৰ-ছাত্ৰীৰ ID কাৰ্ড
  8. পাছপৰ্ট আকাৰৰ ফটো

Assam Jibon Prerna Scheme 2025 আবেদনৰ প্ৰক্ৰিয়া (অনলাইন)

  • অফিচিয়েল ৱেবছাইটত প্ৰৱেশ কৰক।
  • Apply Online বুটামত ক্লিক কৰক।
  • আধাৰ নম্বৰ দিয়ক আৰু Captcha Code ভৰাওক।
  • OTP লাভ কৰাৰ পিছত তাত প্রবিষ্ট কৰক।
  • আপোনাৰ বিৱৰণসমূহ (নাম, ঠিকনা, শিক্ষাগত অৰ্হতা) ভৰাওক।
  • বেংক একাউণ্টৰ তথ্য আপলোড কৰক।
  • প্ৰয়োজনীয় নথিপত্র আপলোড কৰি Final Submit কৰক।
  • পঞ্জীয়ন নম্বৰ সংৰক্ষণ কৰক।

আবেদনৰ স্থিতি কেনেকৈ চাব?

  • অফিচিয়েল ৱেবছাইটত প্ৰৱেশ কৰক।
  • Check Beneficiary Status বুটামত ক্লিক কৰক।
  • আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু Captcha Code দিয়ক।
  • Track Status বুটামত ক্লিক কৰি আবেদন স্থিতি চাওক।
  • অসম চৰকাৰে আশা কৰিছে যে এই আঁচনিয়ে ৰাজ্যৰ নিবনুৱা যুৱসমাজক চাকৰি বিচাৰোতে এক স্থিৰতা আৰু উৎসাহ যোগাব।

CM Himanta Bishwa Sharma আজি Kawaimariত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আজি চামগুৰিৰ কাৱৈমৰীৰ অভিনন্দন সভাত উপস্থিত থাকে।
CM (Chief Minister) গৰাকীয়ে পূৰ্বতে কাৱৈমৰী ৰাইজক দিয়া কথা আজি পূৰ্ণ কৰিলে।

চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ সভাত মূখ্যমন্ত্ৰী ই কথা দিছিল যদি চামগুৰি সমষ্টিত BJP প্ৰাৰ্থী নজয়ী হয় তেন্তে তেওঁ পুনৰ চামগুৰি লৈ আহিব।

নিৰ্বাচনী সভাত কাৱৈমৰীৰ ৰাইজক মুখ্যমন্ত্ৰীয়ে যি কথা দিছিল সেই কথা সম্পূৰ্ণ কৰিলে।

লগতে মুখ্যমন্ত্ৰীয়ে কাৱৈমাৰী ৰাইজক দিলে কেইবাটাও উপহাৰ।

আজি কাৱৈমাৰীত নিৰ্বাচনৰ বিজয় উৎসৱত উপস্থিত হৈ ৰকিবুল হুছেইনৰ বিপক্ষে বিভিন্ন কাতাক্ষ মন্তব্য কৰে। লগতে তেওঁ ৰকিবুল হুছেইনক চানা বিক্ৰী কৰাৰ কথাও কয়।