IPL 2025 লাইভ আপডেট: কেকেআৰ বনাম এলএছজি (KKR vs LSG) – চাৰি ৰানত পৰাস্ত KKR

KKR vs LSG IPL 2025
KKR vs LSG IPL 2025
  • KKR – ৪টা মেচৰ ভিতৰত ২টো জয়, ২টো হাৰ; পইণ্ট টেবুলত ৫ম স্থানত।
  • LSG – ২ জয় আৰু ২ হাৰৰ সৈতে ৬ষ্ঠ স্থানত।
KKR vs LSG IPL 2025
KKR vs LSG IPL 2025
KKR vs LSG IPL 2025
KKR vs LSG IPL 2025

IPL 2025: লখনউৰ ধুমুহাৰ বেটিং, কোলকাতাৰ সন্মুখত 239 ৰানৰ পাহাৰ সদৃশ লক্ষ্য

চলিত KKR vs LSG IPL 2025 চিজনৰ ২১ সংখ্যক মেচত লখনউ চুপাৰ জায়ান্টছে কোলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখত 239 ৰানৰ বৃহৎ লক্ষ্য থিয় কৰে। ২০ ওভাৰত ৩ উইকেট হেৰুৱাই ২৩৮ ৰান সংগ্ৰহ কৰে এলএছজিয়ে।

KKR vs LSG স্ক’ৰ: LSG 238/3 (20 ওভাৰ)

  • শেষ ওভাৰত ১১ ৰান যোগ কৰে দলটোৱে। নিকলছ পুৰান ৮৭ ৰান আৰু ডেভিড মিলাৰ ৪ ৰানত নট আওট থাকিল। কেকেআৰৰ বাবে এক বৃহৎ লক্ষ্য গঢ়ি তোলে লখনউয়ে।
  • ১৯তম ওভাৰত কেকেআৰৰ বলাৰ হৰ্শিত ৰাণাই আব্দুল সমাদক বোল্ড কৰে। সমাদ কেৱল ৬ ৰানত আউট হয়। পুৰান তেতিয়াও ৮১ ৰানত ক্ৰীজত অৱস্থিত।
  • নিকলছ পুৰানে ২১টা বলত হাফ-চেঞ্চুৰি পূৰ্ণ কৰে, যি তেওঁৰ IPL কেৰিয়াৰৰ ১২তম হাফ-চেঞ্চুৰি। মাৰ্ছৰ উইকেটৰ পাছত তেওঁক সংগ দিবলৈ ক্ৰীজলৈ আহে আব্দুল সমাদ।
  • আন্দ্রে ৰাছেলৰ বলত মিচেল মাৰ্ছ আউট হয়। ১৬তম ওভাৰত ৰিংকু সিঙৰ হাতত ধৰা পৰে। মাৰ্ছে ৪২ বলত ৭১ ৰান কৰি পুৰানৰ সৈতে দ্বিতীয় উইকেটৰ বাবে ৭১ ৰানৰ অংশীদাৰিত্ব গঢ়ে।
  • এডেন মাৰ্কৰাম কেৱল ৩ ৰানৰ বাবে হাফ-চেঞ্চুৰিৰ পৰা বঞ্চিত হয়। তেওঁ ২৮ বলত ৪৭ ৰান (৪টা বাউণ্ডাৰী, ২টা ছিক্স)। হৰ্শিত ৰাণাই ১১তম ওভাৰত ব’ল্ড কৰে। মাৰ্ছৰ সৈতে ৯৯ ৰানৰ ওপেনিং পাৰ্টনাৰশ্বিপ।
  • LSG: ৰবি বিশ্নোই, প্ৰিন্স যাদৱ, শাহবাজ আহমেদ, মেথিউ ব্ৰিটজকে, হিম্মত সিং
  • KKR: অংককৃষ ৰঘুৱংশী, মণীষ পাণ্ডে, অনুকূল ৰয়, ৰোভমেন প’ৱেল, লৱনিত সিসৌদিয়া
  • কেকেআৰ(KKR): কুইন্টন ডিকক (ৱিকেটকী), ছুনীল নাৰেইন, অজিঙ্ক্য ৰাহানে (কেপ্টেন), ভেংকটেশ আয়াৰ, ৰিংকু সিং, আন্দ্রে ৰাছেল, ৰমন্দীপ সিং, হৰ্শিত ৰাণা, বৈভৱ অৰোৰা, স্পেন্সাৰ জনচন, বৰুণ চক্রৱৰ্তী
  • এলএছজি(LSG): মিচেল মাৰ্ছ, এডেন মাৰ্কৰাম, নিকলছ পুৰান, ঋষভ পন্ত (কেপ্টেন/ৱিকেটকী), আয়ুষ বাদোনি, ডেভিড মিলাৰ, আব্দুল সমাদ, শাৰ্দুল ঠাকুৰ, আকাশ দীপ, অৱেশ খান, দিগৱেশ ৰাথী।
KKR vs LSG IPL 2025
KKR vs LSG IPL 2025
  • লখনউ চুপাৰ জায়ান্টছ(LSG): ঋষভ পন্ত, এডেন মাৰ্কৰাম, মিচেল মাৰ্ছ, নিকলছ পুৰান, আয়ুষ বাদোনি, ডেভিড মিলাৰ, আব্দুল সমাদ, শাৰ্দুল ঠাকুৰ, দিগৱেশ ৰাথী, আকাশ দীপ, আৰু আন।