নতুন দিল্লী, ১১ মাৰ্চ ২০২৫: অগ্নিবীৰ সেনা ভর্তি ২০২৫ৰ বাবে অপেক্ষা কৰি থকা প্ৰত্যাশীসকলৰ বাবে এক সুসংবাদ আহিছে। ভাৰতীয় সেনাৰ চৰকাৰী Website “Join Indian Army”-ত ১১ মাৰ্চৰ দিনা অগ্নিবীৰ সেনা ভর্তিৰ Notification জাৰি কৰা হৈছে। সাধাৰণ ডিউটি(General Duty), সৈনিক ক্লাৰ্ক(Soldier Clerk), সৈনিক ট্ৰেডছমেন(Soldier Tradesman), সৈনিক টেকনিকেল(Soldier Technical) আদি পদবোৰৰ বাবে online আবেদন প্ৰক্ৰিয়া ১২ মাৰ্চ ২০২৫ৰ পৰা আৰম্ভ হ’ব।

Table of Contents
অগ্নিবীৰ সেনা ভর্তি(Agniveer Army Recruitment 2025) ২০২৫ৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহ:
- Notification জাৰিৰ তাৰিখ: ১১ মাৰ্চ ২০২৫
- online আবেদন আৰম্ভ: ১২ মাৰ্চ ২০২৫
- online আবেদনৰ শেষ তাৰিখ: ১০ এপ্ৰিল ২০২৫
- এডমিট কাৰ্ড জাৰি: মে’ ২০২৫
- পৰীক্ষাৰ তাৰিখ: জুন ২০২৫
- শাৰীৰিক পৰীক্ষা: জুন ২০২৫
- ফলাফল: ঘোষণা হ’ব
আবেদনৰ বাবে প্ৰয়োজনীয় দস্তাবেজসমূহ:
- শিক্ষাগত প্ৰমাণপত্ৰ
- জন্ম প্ৰমাণপত্ৰ
- বাসস্থান প্ৰমাণপত্ৰ
- জাতি প্ৰমাণপত্ৰ (যদি প্ৰযোজ্য হয়)
- সম্পৰ্কৰ প্ৰমাণপত্ৰ (পূৰ্বৰ সৈনিক বা চাকৰিয়ালৰ আশ্ৰিতসকলৰ বাবে)
- পাছপোৰ্ট আকাৰৰ ফটো
বয়সৰ সীমা:
অগ্নিবীৰ সেনা ভর্তিৰ বাবে প্ৰাৰ্থীৰ বয়সৰ সীমা ন্যূনতম ১৭.৫ বছৰৰ পৰা অধিকতম ২১ বছৰলৈকে নিৰ্ধাৰণ কৰা হৈছে। কিছুমান পদৰ বাবে এই সীমা ২৩ বছৰলৈকে বৃদ্ধি কৰিব পাৰি।
শিক্ষাগত যোগ্যতা:
- সাধাৰণ ডিউটি (GD): ১০ম শ্ৰেণী উত্তীৰ্ণ
- সৈনিক ক্লাৰ্ক: ১২শ শ্ৰেণী উত্তীৰ্ণ
- সৈনিক ট্ৰেডছমেন: ৮ম বা ১০ম শ্ৰেণী উত্তীৰ্ণ
- সৈনিক টেকনিকেল: ১২শ শ্ৰেণী উত্তীৰ্ণ
মাপ:
- সাধাৰণ ডিউটি: Height ১৬৮ চে.মি., Chest ৭৭-৮২ চে.মি.
- টেকনিকেল: Height ১৬৭ চে.মি., Chest ৭৭-৮২ চে.মি.
- ক্লাৰ্ক/ষ্ট’ৰ কিপাৰ টেকনিকেল: Height ১৬২ চে.মি., Chest ৭৭-৮২ চে.মি.
- ট্ৰেডছমেন: Height ১৬৮ চে.মি., Chest ৭৭-৮২ চে.মি.
চয়ন প্ৰক্ৰিয়া(Selection Process):
- লিখিত পৰীক্ষা(Written Exam)
- শাৰীৰিক পৰীক্ষা(Physical Test)
- চিকিৎসা পৰীক্ষা(Medical Test)
- চূড়ান্ত মেৰিট তালিকা(Final Merit List)
- নথিপত্ৰ পৰীক্ষণ(Document Verification)
অনলাইন আবেদন প্ৰক্ৰিয়া:
অগ্নিবীৰ সেনা ভর্তি ২০২৫(Agniveer Army Recruitment 2025)ৰ বাবে প্ৰাৰ্থীয়ে “Join Indian Army” ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। আবেদন ফৰ্মত সকলো তথ্য সঠিকভাৱে পূৰণ কৰিবলৈ প্ৰাৰ্থীসকলক অনুৰোধ জনোৱা হৈছে।
অগ্নিবীৰ সেনা ভর্তি ২০২৫ৰ সম্পৰ্কে অধিক তথ্যৰ বাবে চৰকাৰী Notification PDF Download কৰক।
লগতে পঢ়ক – Orunodoi 3.0 Yojana: অৰুণোদয় ৩.০ যোজনা আবেদন কৰক, এতিয়া প্ৰতিমাহে ১,৪০০ টকা