জন্মদিনত Pahalgam ঘটনাৰ প্ৰতি শচীনৰ সমবেদনা: ২০২৫ চনৰ ২৪ এপ্ৰিলত Sachin Tendulkarৰ ৫২ বছৰ পূৰ্ণ কৰিলে। যদিও বিশ্বজুৰি তেওঁৰ জন্মদিন উদযাপন কৰা হৈছে, তেওঁ পাহালগামত সংঘটিত এক দুখজনক ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে। ২২ এপ্ৰিলত, Jammu & Kashmir ৰ Pahalgamত হোৱা এক সন্ত্রাসবাদী আক্ৰমণত ২৬ জন নিৰীহ পৰ্যটক নিহত হয়। এই ঘটনাৰ প্ৰতি শচীনে গভীৰ সমবেদনা প্ৰকাশ কৰিছে আৰু সম্ভৱতঃ এইবাৰ তেওঁৰ জন্মদিন উদযাপন নকৰে। ইয়াৰ পূৰ্বে, ২০১৯ চনৰ পুলৱামা(Pulwama Attack) আক্ৰমণৰ পাছতো তেওঁ নিজৰ জন্মদিন উদযাপন কৰা নাছিল।

Sachin Tendulkarৰ স্মৃতি: শেন ৱাৰ্ণৰ বিৰুদ্ধে আপাৰ কাট
Sachin Tendulkarৰ ক্ৰিকেট কেৰিয়াৰত বহুতো আইকনিক মূহুৰ্ত আছে। কিন্তু তেওঁ নিজে স্বীকাৰ কৰিছে, Shane Warne ৰ বিৰুদ্ধে Upper Cut শ্বট খেলা আছিল তেওঁৰ বাবে সবাতোকৈ বিপজ্জনক অভিজ্ঞতা।
সাধাৰণতে, শচীন বলক মাটিৰে চুই আগবাঢ়ি খেলিবলৈ পছন্দ কৰিছিল, যাৰ ফলত বল বেছি সময়ে বায়ুত উঠা দেখা নাযায়। এই অভ্যাসৰ পেছত আছিল তেওঁৰ কিশোৰ অৱস্থাত কোচ ৰামাকান্ত আচৰেকাৰ(Ramankant Achrekar)ৰ কঠোৰ প্ৰশিক্ষণ, য’ত তেওঁক মাটিৰে বল খেলিবলৈ উৎসাহিত কৰা হৈছিল।
তেওঁ প্ৰায়েই ইন-সাইড-আউট শ্বট বাছনি কৰিছিল যাতে Upper Cut খেলাৰ সময়ত risk কম থাকে। তথাপিও, শেন ৱাৰ্ণৰ বিৰুদ্ধে এই শ্বটটো high risk, high reward আছিল।
লগতে পঢ়ক – Sri Damodar Deva Tithi 2025: অসমৰ বৈষ্ণৱ পৰম্পৰাৰ এক পবিত্ৰ দিন
Leave a Reply