RCB vs PBKS IPL 2025 মেচত পঞ্জাব কিংছে ৫ উইকেটেৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক পৰাস্ত কৰিলে

RCB vs PBKS IPL 2025 মেচত পঞ্জাব কিংছে ৫ উইকেটেৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক পৰাস্ত কৰিলে
পঞ্জাব কিংছে ৫ উইকেটেৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক পৰাস্ত কৰিলে

RCBৰ বিপদজনক আৰম্ভণি

দলস্ক’ৰঅভাৰফলাফল
RCB৯৫/৯১৪পৰাস্ত
PBKS৯৮/৫১২.১জয়ী

RCB Vs PBKS – মেচ কিয় অলপ পলমকৈ আৰম্ভ হ’ব

ৰাজত পাটিদাৰৰ দলৰ কঠিন যুঁজ বৰষুণৰ মাজত

ৰাজত পাটিদাৰৰ দলৰ কঠিন যুঁজ বৰষুণৰ মাজত

ৰাজত পাটিদাৰৰ দলৰ কঠিন যুঁজ বৰষুণৰ মাজত
Rajat Patidarৰ দলৰ কঠিন যুঁজ বৰষুণৰ মাজত

ৰাজত পাটিদাৰৰ মনোবল

RCV vs PBKS, আজি বিৰাট কোহলীৰ দুৰ্ভাগ্যজনক আউট, RCBৰ বিপদজনক আৰম্ভণি

RCV vs PBKS, আজি বিৰাট কোহলীৰ দুৰ্ভাগ্যজনক আউট, RCBৰ বিপদজনক আৰম্ভণি
RCV vs PBKS, আজি বিৰাটৰ দুৰ্ভাগ্যজনক আউট

বিৰাট কোহলীৰ পতনৰ মুহূৰ্ত:

RCV vs PBKS স্ক’ৰকাৰ্ড:

পৰিস্থিতি বিশ্লেষণ:

Zaheer Khan আৰু Sagarika Ghatgeৰ ৮ বছৰৰ পাছত পুত্ৰ লাভ

Zaheer Khan আৰু Sagarika Ghatgeৰ ৮ বছৰৰ পাছত পুত্ৰ লাভ
জাহিৰ খান আৰু সাগৰিকা ঘাটগেৰ ৮ বছৰৰ পাছত পুত্ৰ লাভ

DC vs RR IPL 2025: দিল্লী কেপিটেলচ আৰু ৰাজস্থান ৰয়েলচৰ মুখামুখি অৰুণ জেটলী ষ্টেডিয়ামত

DC vs RR IPL 2025: ডিচি আৰু ৰাজস্থান ৰয়েলচৰ মুখামুখি অৰুণ জেটলী ষ্টেডিয়ামত
দিল্লী কেপিটেলছ আৰু ৰাজস্থান ৰয়েলছ IPL 2025: ডিচি আৰু ৰাজস্থান ৰয়েলচৰ মুখামুখি অৰুণ জেটলী ষ্টেডিয়ামত

DC vs RR IPL 2025: দলৰ অৱস্থান

পিচ ৰিপোৰ্ট: অৰুণ জেটলি ষ্টেডিয়াম, দিল্লী

ইয়াত সম্পূৰ্ণ মেচ চাওক: ক্লিক কৰক

আপুনি এইটো পঢ়িছেনে: PBKS vs KKR IPL 2025

PBKS vs KKR IPL 2025: আজি মুলনপুৰত অনুষ্ঠিত হ’ব এক ৰোমাঞ্চকৰ খেল

PBKS vs KKR IPL 2025 আজি মুলনপুৰত অনুষ্ঠিত হ’ব এক ৰোমাঞ্চকৰ খেল
PBKS vs KKR IPL 2025 আজি মুলনপুৰত অনুষ্ঠিত হ’ব এক ৰোমাঞ্চকৰ খেল

PBKS vs KKR নতুনৰ নেতৃত্ব, নতুন দৃষ্টিভংগি

এইটোও পঢ়ক: IPL 2025 Points Tableত দলসমূহৰ অৱস্থান

PBKS vs KKR IPL 2025: শক্তিশালী স্কোৱাড, আশাপ্ৰদ খেলুৱৈ

PBKS vs KKR IPL 2025 আজি মুলনপুৰত অনুষ্ঠিত হব এক ৰোমাঞ্চকৰ খেল 1

PBKS vs KKR IPL 2025: মুখামুখি ৰেকৰ্ড

PBKS vs KKR IPL 2025: মেচৰ গুৰুত্ব

উপসংহাৰ

এইটোও পঢ়ক: Khaleel Ahmedৰ প্ৰথম অভাৰত উইকেট লোৱা ৰেকৰ্ড

২০২৫ চনৰ AHSEC- উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ তাৰিখ 

২০২৫ চনৰ AHSEC- উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ তাৰিখ
২০২৫ চনৰ AHSEC- উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ তাৰিখ

AHSEC-ৰ চৰকাৰী ৱেবছাইট :

ASSAM HSLC ফলাফল 2025 আজি (১১ এপ্ৰিল) ঘোষণা হ’ব, ফলাফল এই ৱেবছাইটত উপলব্ধ

HSLC ফলাফল 2025, 11 এপ্ৰিলত ঘোষণা কৰিব
HSLC Result 2025, 11 এপ্ৰিলত ঘোষণা কৰিব

HSLC ফলাফল 2025চাবলৈ অফিচিয়েল ৱেবচাইট:

কেন্দ্ৰীয় চৰকাৰৰ নতুন আধাৰ এপ(New Aadhaar App) উদ্বোধন: QR ক’ড আৰু মুখমণ্ডল চিনাক্তকৰণৰ জৰিয়তে ডিজিটেল পৰিচয় Verify

কেন্দ্ৰীয় চৰকাৰৰ নতুন আধাৰ এপ(New Aadhaar App) উদ্বোধন: QR ক’ড আৰু মুখমণ্ডল চিনাক্তকৰণৰ জৰিয়তে ডিজিটেল পৰিচয় Verify

কেন্দ্ৰীয় চৰকাৰৰ নতুন আধাৰ এপ(New Aadhaar App) উদ্বোধন:

HSLC Result 2025, 10 এপ্ৰিলত ঘোষণা কৰিব SEBA, ফলাফল এই ৱেবছাইটত উপলব্ধ

HSLC Result 2025: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (SEBA) ঘোষণা কৰিছে যে ২০২৫ চনৰ HSLC (দশম শ্ৰেণী)ৰ পৰীক্ষাৰ ফলাফল ১০ এপ্ৰিল তাৰিখে প্ৰকাশ কৰা হ’ব।

HSLC ফলাফল 2025, 10 এপ্ৰিলত ঘোষণা কৰিব
HSLC ফলাফল 2025, 10 এপ্ৰিলত ঘোষণা কৰিব

HSLC Result 2025, এই ফলাফল sebaonline.org আৰু resultsassam.nic.in ৱেবছাইটসমূহত উপলব্ধ থাকিব।

চলতি বৰ্ষত HSLC পৰীক্ষাসমূহ ১৫ ফেব্ৰুৱাৰী পৰা ৩ মাৰ্চলৈ অনুষ্ঠিত হৈছিল। এই পৰীক্ষাত প্ৰায় ৪ লাখ শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে, ২০২৪ চনৰ HSLC ফলাফল ২০ এপ্ৰিলত প্ৰকাশ পোৱা হৈছিল, কিন্তু ২০২৫ চনৰ HSLC (দশম শ্ৰেণী)ৰ পৰীক্ষাৰ ফলাফল ১০ এপ্ৰিল তাৰিখে প্ৰকাশ কৰা হ’ব। ২০২৪ চনৰ HSLC উত্তীৰ্ণৰ হাৰ আছিল ৭৫.৭ শতাংশ

এইবাৰ HSLC Result 2025 উত্তীৰ্ণৰ হাৰ কিমান হ’ব, সেয়া ফলাফল ঘোষণাৰ পিছতেই জানিব পৰা যাব।ফলাফল চাবলৈ, পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ ৰোল নম্বৰ দিয়াৰ মাধ্যমে উল্লিখিত ৱেবছাইটসমূহত লগিন কৰিব লাগিব।
অধিক তথ্যৰ বাবে পৰীক্ষাৰ্থীসকলক SEBA-ৰ চৰকাৰী ৱেবছাইট পৰিদৰ্শন কৰিবলৈ আহ্বান জনোৱা হৈছে।