Assam Jibon Prerna Scheme 2025: মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি ২০২৫ৰ অনলাইন আবেদন কৰক

Assam Jibon Prerna Scheme 2025: মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি ২০২৫ৰ অনলাইন আবেদন কৰক
Assam Jibon Prerna Scheme 2025: মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি ২০২৫ৰ অনলাইন আবেদন কৰক
Assam Jibon Prerna Scheme 2025ৰ অনলাইন আবেদন কৰক

মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ মূল উদ্দেশ্য:

  • নিবনুৱা যুৱক-যুৱতীক চাকৰি বিচাৰি থকা সময়চোৱাত আৰ্থিক সহায় প্ৰদান কৰা।
  • ২০২৫ চনত স্নাতক উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক মাহিলী ₹২৫০০ সহায় আগবঢ়োৱা।
  • গৱেষণা ছাত্ৰ-ছাত্ৰীসকলক এককালীন ₹২৫,০০০ সহায় আগবঢ়োৱা।
  • দিৱ্যাংগ গৱেষণা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এককালীন ₹৫০,০০০ সহায় প্ৰদান কৰা।
  • মাহিলী সহায়ৰ সলনি এককালীন ₹২৫,০০০ গ্ৰহণ কৰিবলৈও সুবিধা উপলব্ধ।

জীৱন প্ৰেৰণা আঁচনিৰ বাবে ২০২৫ যোগ্যতা:

  • আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
  • দিৱ্যাংগ গৱেষণা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ শাৰীৰিক অক্ষমতাৰ প্ৰমাণ পত্ৰ লাগিব।
  • ২০২৫ চনত স্নাতক উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলহে এই আঁচনিৰ অধীনত সহায় পাব।
  • গৱেষণা ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ পৰিচয় পত্ৰ দাখিল কৰিব লাগিব।
  • মাহিলী সহায়ৰ সলনি এককালীন সহায় গ্ৰহণ কৰিবলৈ জিলাধিকাৰীৰ অনুমোদিত পত্ৰ লাগিব।

জীৱন প্ৰেৰণা আঁচনিৰ বাবে প্ৰয়োজনীয় নথিপত্র:

  1. আধাৰ কাৰ্ড
  2. মোবাইল নম্বৰ
  3. স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ
  4. বেংক পাছবুক
  5. স্নাতক ডিগ্ৰী প্ৰমাণ পত্ৰ
  6. দিৱ্যাংগ প্ৰমাণ পত্ৰ (যদি প্ৰযোজ্য)
  7. গৱেষণা ছাত্ৰ-ছাত্ৰীৰ ID কাৰ্ড
  8. পাছপৰ্ট আকাৰৰ ফটো

Assam Jibon Prerna Scheme 2025 আবেদনৰ প্ৰক্ৰিয়া (অনলাইন)

  • অফিচিয়েল ৱেবছাইটত প্ৰৱেশ কৰক।
  • Apply Online বুটামত ক্লিক কৰক।
  • আধাৰ নম্বৰ দিয়ক আৰু Captcha Code ভৰাওক।
  • OTP লাভ কৰাৰ পিছত তাত প্রবিষ্ট কৰক।
  • আপোনাৰ বিৱৰণসমূহ (নাম, ঠিকনা, শিক্ষাগত অৰ্হতা) ভৰাওক।
  • বেংক একাউণ্টৰ তথ্য আপলোড কৰক।
  • প্ৰয়োজনীয় নথিপত্র আপলোড কৰি Final Submit কৰক।
  • পঞ্জীয়ন নম্বৰ সংৰক্ষণ কৰক।

আবেদনৰ স্থিতি কেনেকৈ চাব?

  • অফিচিয়েল ৱেবছাইটত প্ৰৱেশ কৰক।
  • Check Beneficiary Status বুটামত ক্লিক কৰক।
  • আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু Captcha Code দিয়ক।
  • Track Status বুটামত ক্লিক কৰি আবেদন স্থিতি চাওক।
  • অসম চৰকাৰে আশা কৰিছে যে এই আঁচনিয়ে ৰাজ্যৰ নিবনুৱা যুৱসমাজক চাকৰি বিচাৰোতে এক স্থিৰতা আৰু উৎসাহ যোগাব।

Leave a Reply

Your email address will not be published. Required fields are marked *