অসমৰ মাধ্যমিক শিক্ষা বোর্ড (SEBA) ৰ অধীনত অনুষ্ঠিত HSLC (High School Leaving Certificate) পৰীক্ষাৰ ফলাফল আজিয়েই (১১ এপ্ৰিল) ঘোষণা কৰা হ’ব বুলি ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড° ৰণজ পেগু ৰ আজিৰ এক টুইটযোগে নিশ্চিত কৰা হৈছে।

Table of Contents
তেওঁ তেওঁৰ অফিচিয়েল X (Twitter) একাউন্টত ঘোষণা কৰি কয়:
HSLC RESULTS WILL BE DECLARED TODAY.
The time schedule is as follows:
8:00 am — issue of notification.
10:15 am — release of the press note.
10:30 am — Publication of Results.
এই সময়সূচী অনুসৰি, ফলাফলৰ অফিচিয়েল নোটিফিকেচন পুৱা ৮ বজাত, সংবাদ পত্র প্ৰকাশ ১০:১৫ বজাত, আৰু HSLC ফলাফল পুৱা ১০:৩০ বজাত ছাত্ৰ-ছাত্ৰীৰ বাবে অনলাইনত উপলব্ধ হ’ব।
HSLC ফলাফল 2025চাবলৈ অফিচিয়েল ৱেবচাইট:
গুৰুত্বপূৰ্ণ:
বহুত ছাত্ৰ-ছাত্ৰীয়ে HSLC ফলাফল 2025ৰ বাবে বহুত দিন ধৰি অপেক্ষা কৰি আছিল, যাৰ অন্ত পৰাৰ সময় আহি পৰিছে। বোর্ডৰ অফিচিয়েল ৱেবচাইটত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ Roll Number দি ফলাফল চাব পাৰিব।
Leave a Reply